আৰোপ কৰ্ (Assamese) [ Roman: a.ro`p kor]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
    1. (Verb-Trans.) to hand over something in good faith or confidence. বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।
    Contributed by: Dr Banajit Pathak on 2012-06-11
    2. (Verb-Trans.) to obtrude or thrust upon others জোৰকৈ আনৰ ওপৰত বোজাই দিয়া বা মানিবলৈ বাধ্য কৰোৱা